Site icon Mission Ki Awaaz – Assam

ছোৱালী বিচাৰি হাহাকাৰ Jeckol Hazuary, গোটেই অসম খনত নাপালে ছোৱালীৰ সন্ধান

Oplus_0

( Jeckol Hazuary ৰ প্ৰেমৰ GPS ত Network নাই )

নগাঁও জিলাৰ এজন উদীয়মান প্ৰেম-অন্বেষক জেকল হাজোৱাৰী বৰদিন ধৰি এটা এক্সপেডিছনত আছে – “এজনি প্ৰেমিকা বিচাৰি উলিয়াওক” অভিযান। কিন্তু দুৰ্ভাগ্যবশতঃ এতিয়ালৈকে তেওঁৰ অভিযানত কোনো সফলতা আহি পৰা নাই।

তেওঁৰ ওচৰত ফেচবুক একাউন্ট আছে, ইনষ্টাগ্ৰামত caption ৰেডি, মিছ কল দিবলৈ মোবাইল আছে, কিন্তু “Reply” দিবলৈ এটা “গৰ্লফ্ৰেণ্ড” নাই।

গাঁওবাসীৰ মতে, জেকলৰ অভিযান এতিয়া Assam’s Longest Search Mission হিচাপে গিনিছ বুকে লিখাবলৈ সাজু হৈছে। পঢ়াতো কিবা, জয়ন্তী মেলা, বিহু উত্সৱ, কলেজ কেণ্টিন — সকলো ঠাই চাবলৈ গ’ল, কিন্তু ফলাফলত কেৱল “Try again later”।

জেকল নিজেই কয় —

“ভাই, এটা চাকৰি নাই, এজনি গাৰ্লফ্ৰেণ্ড নাই… জীৱন Empty recharge card বিপৰ্যয়।”যোৱা ৰাতি গাঁওৰে এজন ভোগালী দাদা পৰামৰ্শ দিলে — “সুৰা খোৱা এৰিবি, পাছত গাৰ্লফ্ৰেণ্ড অটোমেটিকে লগ পাবি।” কিন্তু বিশেষজ্ঞসকলে কয়, Mission Girlfriend 2025 এতিয়াও চেলেঞ্জিঙ হৈ আছে।

Exit mobile version